আধাৰ সক্ষম পৰিশোধ সেৱা (AEPS)ৰ বাবে মোৰ একাউন্ট সক্ষম কৰিবৰ বাবে ;
প্রমাণকাৰী উদ্দেশ্যৰ বাবে কোনো এক আইনৰ আদালত, কোনো কতৃপক্ষ অথবা মধ্যস্থতাৰ অন্তৰ্ভূক্তিৰে ৰেকৰ্ড আৰু সন্মতিৰ লগ, তথ্য বা পৰীক্ষণ, পৰিচয়, প্রমাণীকৰণ ইত্যাদি প্রদান কৰা।
মই বুজিছো যে, আধাৰ নম্বৰ আৰু মূল বায়োমেট্রিক সমূহ আইন আৰু চিআইডিআৰ উপস্থাপনৰ বাহিৰে ষ্টোৰ / শ্বেয়াৰ কৰা নহয় । মই মোৰ আধাৰ পঞ্জীয়নভূত মোবাইল নম্বৰত গৃহীত অটিপি ব্যৱহাৰ কৰি নিজে ই- আধাৰ ডাউনলোড কৰিছো । মই এই নথিপত্র যথাবিহীত ভাবে নোপোৱা বা মোৰ দ্বাৰা প্রদান কৰা কোনো ধৰণৰ অশুদ্ধ তথ্যৰ ক্ষেত্রত বেঙ্ক বা ইয়াৰ বিষয়া সকলক দায়বদ্ধ নকৰো ।
মোক ওপৰত উল্লেখিত সন্মতি আৰু তথ্য সংগ্রহৰ উদ্দেশ্য মোৰ স্থানীয় ভাষাত বাখ্যা কৰা হৈছে ।